মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

চলচ্চিত্ৰ প্ৰযোজনা

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ণ) নিগমে ২০০০ চনৰ পৰা চিনেমা প্ৰযোজনাত হাত দিয়ে। “নিষিদ্ধ নদী আছিল এই নিগমৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন ছবি। ইয়াৰ পিছত ১২ বছৰৰ বিৰতিৰ পিছত ইয়াৰ দ্বাৰা পুনৰ ছবি প্ৰযোজনাৰ কাম আৰম্ভ কৰা হয়। ২০১২ চনৰ পৰা এই নিগমে সহ-প্ৰযোজক হিচাপে ছবি প্ৰযোজনা কৰি আহিছে।

এই নিগমৰ দ্বাৰা বিগত সময়ছোৱাত আন আন প্ৰযোজকৰ সৈতে সহ-প্ৰযোজক হিচাপে কেইখনমান ছবি প্ৰযোজনা কৰে। তাৰ ভিতৰত জাহ্নু বৰুৱাৰ বান্ধোন(২০১২) আৰু ৰজনী বসুমতাৰীৰ ৰাগ(২০১২) উল্লেখযোগ্য।

Downloads
TitleSizeDetail
List of Feature Films Produced/Co-produced by ASFFDC433.33 KBswf-image
Name of the Film and Producer/ Production53.7 KBswf-image