মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

চলচ্চিত্ৰৰ কাৰণে বিত্ত

চলচ্চিত্ৰৰ কাৰণে বিত্ত

            চলচ্চিত্ৰ বিত্তই সধাৰণতে একোখন ছবি নিৰ্মাণত খৰচ আৱৰণত ব্যৱহৃত ঋণক বজায়। ছবি নিৰ্মাণৰ পূৰ্বৰ সময়ছোৱাৰ উন্নয়নৰ অৱস্থা আৰু প্ৰস্তাৱিত ছবিখনৰ সম্ভাৱ্য মূল্য নিৰ্ধাৰণৰ লগত সংস্ৰৱ এক দৃষ্টিকোণ।

            অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কাৰণে আৰ্থিক সীমাবদ্ধতাই সদায়েই এক বাধা ৰূপে থিয় দিছে যিসকলে বক্স প্ৰজেক্টৰ পৰা ওলাই অহাৰ চেষ্টা কৰিছিল আৰু যিহেতুকে অসমৰ বক্স অফিচ ৰাষ্ট্ৰীয় প্ৰতিৰূপৰ সমান জনপ্ৰিয় নহয়, সেইকাৰণে প্ৰযোজকসকল ছবি নিৰ্মাণৰ পৰা আঁতৰি থাকে কিয়নো এই ছবিবোৰে বৃহত সংখ্যক দৰ্শকক আকৰ্ষণ কৰিব নোৱাৰে। বৰ্তমান এজন স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মুখত এক বৃহত প্ৰত্যাহবান হৈছে আৰ্থিক সীমাবদ্ধতা। সকলো স্বাধীন ছবি নিৰ্মাতাই নিজৰ ছবি এখন নিৰ্মাণৰ বাবে আৰ্থিক ৰূপত সক্ষম নহয় আৰু সেইকাৰণে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগম পৰিসীমিতই নতুন আৰু নিজৰ নাগৰিকৰ দ্বাৰা প্ৰস্তুত কৰা নতুন আৰু মূল প্ৰকল্পক আৰ্থিক ভাৱে সমৰ্থন দিয়াৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু এইক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগম পৰিসীমিতই ছবি প্ৰযোজনাৰ বাবে চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্বত অসম চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে যত এই নিগমে ছবি নিৰ্মাণৰ বাবে ৬০ শতাংশ আৰু ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ কৰে।

Downloads
TitleSizeDetail
Application Form for Loan3.99 MBswf-image