মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

ভবিষ্যদৰ্শন আৰু অভিযান

লক্ষ্য

            এক বহুমুখী সাংস্কৃতিক প্ৰেক্ষাগৃহ ৰাজ্যৰ প্ৰথম আৰু একমাত্ৰ চলচ্চিত্ৰ সংগ্ৰহালয় জোনাকীৰ মাধ্যমেৰে অসমীয়া চলচ্চিত্ৰৰ ঐতিহ্যক আগবঢ়াই নিয়া আৰু উন্নতিৰ কাৰণে ইয়াক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ লগত সংযুক্ত হব পৰাকৈ চলচ্চিত্ৰ সংস্কৃতিৰ এক কেন্দ্ৰ হিচাপে তৈয়াৰ কৰা হৈছে।

অভিযান

           বিভিন্ন ভাষাত চলচ্চিত্ৰ নিৰ্মাণ আৰু সংৰক্ষণ, নথিলেখ্য, প্ৰদৰ্শন কৰিবলৈ আৰু অসমীয়া সংস্কৃতিৰ প্ৰচাৰৰ কাৰণে চলচ্চিত্ৰ গৱেষণাৰ ক্ষেত্ৰত বৰঙণি যোগোৱা আৰু দৃশ্য কলাৰ মাধ্যমেৰে শিকাৰ কাৰণে এটি স্বাগত কেন্দ্ৰ হিচাপে গঢ়ি তোলা।