মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

ক্লায়েণ্ট কোন ?

(১) ভাৰত চৰকাৰৰ সংস্থা যেনে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰ, চি.এচ.এফ.আই., ফিল্ম ডিভিজন, পূৰ্ব ক্ষেত্ৰীয় সাংস্কৃতিক কেন্দ্ৰ, উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ।

(২) সকলো অসম চৰকাৰৰ বিভাগসমূহ বিশেষকৈ কৰ্মী বিভাগ, সমতল জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ বিভাগ, পৰিকল্পনা আৰু উন্নয়ন বিভাগ, বিত্ত বিভাগ, লোক উদ্যম বিভাগ আদি।

(৩) অসম চৰকাৰৰ সঞ্চালকালয় যেনে- ১. সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়, ২. সংগ্ৰহালয় সঞ্চালকালয়।

(৪) অসম চৰকাৰৰ সমিতি আৰু প্ৰতিষ্ঠান যেনে- ১. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, ২. জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ ষ্টুডিঅ) সমিতি, ৩. ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠান, ৪. লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়।

(৫) সকলো ক্ষেত্ৰৰে শিল্পীসকল।

(৬) ৰাজ্যৰ নাগৰিক।

(৭) চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ শিল্পীসকল, চলচ্চিত্ৰ বিতৰকসকল, প্ৰদৰ্শকসকল, ই.এম.ফি.এ., চলচ্চিত্ৰ চেঞ্চৰ বোৰ্ড।