মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

চলচ্চিত্ৰ আৰ্কাইভ

যোগ্যতা

যোগ্যতা

উপদেষ্টা পৰিষদৰ অনুমোদন সাপেক্ষে যোগ্যতাপ্ৰাপ্ত এগৰাকী ব্যক্তিয়ে নিৰ্দ্ধাৰিত আবেদনপত্ৰ পূৰণ কৰি এই নিধিৰ অধীনত আবেদনপত্ৰ দাখিল কৰিব পাৰে যদিহে তেওঁ নিম্নোল্লেখিত চৰ্তসমূহ পূৰণ কৰে।

  • তেওঁ ৰাজ্যখনৰ শিল্প সংস্কৃতিৰ সৈতে জড়িত থকা শিল্পী হব লাগিব।
  • শিল্পীগৰাকীৰ বয়স ২০ বছৰৰ ওপৰত হব লাগিব
  • শিল্পীগৰাকী দুৰ্যোগগ্ৰস্ত হব লাগিব
  • ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ কিছু উল্লেখযোগ্য অৱদান থাকিব লাগিব
  • তেওঁৰ কীৰ্তিসমূহ উল্লেখিত কোনো স্বীকৃতিপত্ৰ লগত দাখিল কৰিব লাগিব।