আবেদন প্ৰক্ৰিয়া
আবেদনকাৰীয়ে ইয়াৰ বাবে নিৰ্ধাৰিত প্ৰপত্ৰ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰি পূৰণ কৰি শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰত থকা নিগমৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।
Title | Size | Detail |
---|---|---|
Application Form for Artiste Welfare Fund | 89 KB |