মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

শিল্পী কল্যাণ নিধি

উপদেষ্টা পৰিষদ

শিল্পী কল্যাণ নিধি উপদেষ্টা পৰিষদ

            এই পৰিষদৰ সদস্যসকল অসম চৰকাৰৰ উচ্চ স্তৰৰ বিষয়া, চলচ্চিত্ৰ জগতৰ সৈতে জড়িত ব্যক্তি। এওঁলোক হৈছে-

            ১. অধ্যক্ষা (অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগম)

            ২. আয়ুক্ত (সাংস্কৃতিক পৰিক্ৰমা, অসম চৰকাৰ অথবা প্ৰতিনিধি, অসম চৰকাৰৰ যি যুটীয়া সচিবতকৈ তলৰ বিষয়া হব নালাগিব।

            ৩. সচিব, বিত্ত অথবা প্ৰতিনিধি যি যুটীয়া সচিবতকৈ তলৰ বিষয়া হব নালাগিব।

            ৪. সঞ্চালক, সাংস্কৃতিক পৰিক্ৰমা, অসম

            ৫. পৰিচালন সঞ্চালক, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগম

            ৬. দুগৰাকী প্ৰধান শিল্পী (বেচৰকাৰী সদস্য)

            ৭. এজন চিকিত্সা বিশেষজ্ঞ (বেচৰকাৰী সদস্য)